নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ইতিবাচক বার্তালাপ

শৈশৱৰ পৰা বৃদ্ধলৈকে মানুহৰ পৰস্পৰৰ সৈতে কথা পতাৰ বা আড্ডা মৰাৰ এক প্রৱণতা গঢ় লয়৷ প্রায় সকলো মানুহেই আড্ডাপ্রিয়৷ সুবিধা পালেই তেওঁলোকে বন্ধু–বান্ধৱৰ সৈতে, পৰিয়ালৰ সদস্যসকলৰ সৈতে অথবা আত্মীয়–স্বজনৰ সৈতে আড্ডা মাৰে অথবা কথা পাতে৷ এই অভিজ্ঞতা…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২৪ ছেপ্টেম্বৰ, আহিন মাহৰ ৭ তাৰিখ বুধবাৰ : তিথি–শুক্লা তৃতীয়া, নক্ষত্র : চিত্রা, যাত্রা : নাই মেষ : কর্মক্ষেত্রত সাফল্য আহিব৷ দিনটোত নিকট আত্মীয় দ্বাৰা মানসিক আঘাত পাব পাৰে৷ সামাজিক কামত সন্মান প্রাপ্তিৰ যোগ৷…

হাৰ্টথ্ৰব জুবিন গাৰ্গক মুখাগ্নি কৰা কোন এই অৰুণ গাৰ্গ?

গুৱাহাটীৰ খানাপাৰাৰ নিলগৰ যোৰাবাটৰ কমাৰকুছিত জুবিন গাৰ্গৰ অন্তিম সৎকাৰ সম্পন্ন কৰাৰ পৰিকল্পনা কৰাৰ পাছতে চৰ্চা আৰম্ভ হৈছিল অসমৰ সাংস্কৃতিক জগতৰ উজ্জ্বল নক্ষত্ৰ গৰাকীৰ শেষকৃত্য সম্পন্ন কৰা সময়ত কোনে মুখাগ্নি কৰিব৷ পৰৱৰ্তী সময়ত  প্ৰকাশ হ'ল…

২৬ ছেপ্টেম্বৰত ছবিগৃহত অসম জীয়ৰী অলংকৃতা বৰা অভিনীত ছবি Tara and Akash

অসম জীয়ৰী অলংকৃতা বৰাই মুখ‍্য চৰিত্ৰত অভিনয় কৰা “তাৰা এণ্ড আকাশ-লাভ বিয়ণ্ড ৰিয়েল্ম” (Tara and Akash- Love beyond realm) নামৰ হিন্দী ভাষাৰ চলচিত্ৰখন অহা ২৬ ছেপ্টেম্বৰৰ পৰা ভাৰতবৰ্ষৰ সকলো “পি ভি আৰ আইনক্স PVR INOX” চিনেমাগৃহত একেলগে মুক্তি…

জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া চাই থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ মহিলাৰ মৃত্যু

নিয়মীয়া বাৰ্তা, গেলেকী, ২৩ ছেপ্টেম্বৰ : জনতাৰ শিল্পী, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ খবৰে ৰাজ্যবাসীক শোকস্তব্ধ কৰি ৰখাৰ সময়তে আজি মহান শিল্পীগৰাকীৰ চলি থকা অন্ত্যেষ্টিক্ৰিয়াৰ দৃশ্য দূৰদৰ্শনত চাই থকা অৱস্থাত নাজিৰাত এগৰাকী…

জুবিন গার্গ : অসাধাৰণ স্পন্দন

জুবিন গার্গ : অসাধাৰণ স্পন্দন ড০ গীতাঞ্জলি বৰুৱা ১৯ ছেপ্টেম্বৰ, অসমবাসীৰ বাবে এক অভিশপ্ত দিন৷ সেইদিনা চাগে সকলো ব্যস্ত আছিল তেওঁলোক দৈনন্দিন কাম–কাজত৷ বিদ্যালয়, মহাবিদ্যালয়সমূহ পৰীক্ষাৰ ব্যস্ততাত নিমগ্ণ হৈ পৰিছিল৷ ২.৩০মান বজাত কলেজত…

ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শেষ বিদায়

🔹 অসমবাসীৰ হৃদয়ত চিৰদিন জুবিন থাকিব এটা মিঠা সুৰ হৈ বিশেষ বাৰ্তা, ২৩ ছেপ্টেম্বৰ : পঞ্চভূতত বিলীন জনতাৰ প্রিয় শিল্পী জুবিন গাৰ্গ। প্ৰিয় শিল্পীগৰাকীয়ে বিচৰা ধৰণেই 'মায়াবিনী ৰাতিৰ বুকুত’ গীতেৰে সকলোৱে জনালে শেষ বিদায়। উপস্থিত সকলোৱে সমস্বৰে…

এখন সাগৰ শুই পৰিল : হীৰেন গগৈ

এখন সাগৰ শুই পৰিল : হীৰেন গগৈ জুবিনৰ মৃত্যুত অনুভৱ হৈছে সঁচাকৈয়ে যেন এখন সাগৰহে শুই পৰিল৷ দৃশ্যমান পার্থিৱ সাগৰ এখনৰ বুকুত জুবিন নামৰ এসাগৰ পানী নীৰৱে বিলীন হৈ গ’ল৷ এতিয়া আৰু কমেও তেওঁক তাৰ পৰা উলিয়াই আনিব নোৱাৰে৷ তেওঁ নিজে ৱাটাৰ নামৰ…

প্ৰিয় নাহৰ গছৰ পুলি ৰোপণেৰে জুবিন গাৰ্গৰ প্ৰতি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

নিয়মীয়া বাৰ্তা, কাকজান, ২৩ ছেপ্টেম্বৰ : আউনীআটী বিশ্ববিদ্যালয়ত আজিৰ দিনটোও জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গিত হৈ পৰে। মহান শিল্পীগৰাকীৰ প্ৰিয় নাহৰ গছৰ পুলি ৰোপণ কৰি বিশ্ববিদ্যালয় পৰিসৰত অনুষ্ঠিত হয় এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অনুষ্ঠানত…

পাকিস্তান এতিয়াৰে পৰা ভাৰতৰ কোনো প্রতিদ্বন্দ্বী দল নহয়

🔹 টীম ইণ্ডিয়াৰ অধিনায়ক সূর্যকুমাৰ যাদৱৰ বিস্ফোৰণ নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ : সংযুক্ত আৰব আমীৰ শ্বাহীত চলি থকা এছিয়া কাপৰ একেৰাহে দুটা দেওবাৰত চিৰ প্রতিদ্বন্দ্বী পাকিস্তানক পৰাস্ত কৰি মৌন হৈ থাকিব নোৱাৰিলে টীম ইণ্ডিয়াৰ অধিনায়ক সূর্যকুমাৰ…