সোণাপুৰতেই থাকিব আমাৰ মৰমৰ জুবিন…
বিশেষ বাৰ্তা, ২১ ছেপ্টেম্বৰ : সোণাপুৰতেই থাকিব আমাৰ মৰমৰ জুবিন...। অৱশেষত নিশ্চিত কৰা হ'ল জুবিন গাৰ্গৰ সমাধিস্থলী। সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই প্ৰিয় শিল্পীগৰাকীৰ অন্তিম ঠিকনা নিশ্চিত কৰা হ'ল। সোণাপুৰেই হ'ব জুবিনৰ শেষ ঠিকনা। সোণাপুৰৰ…