প্ৰাণৰ শিল্পীৰ মহাপ্ৰয়াণত স্তব্ধ অসম
বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰ : সকলো যেন আজি থমকি ৰৈছে! প্ৰাণৰ শিল্পী তথা যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ছিংগাপুৰত আকস্মিক মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্র দেশ তথা ৰাজ্য।
উল্লেখ্য যে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ গৈ সমুদ্রৰ…