নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোত মহিলাৰ মৃত্যুক লৈ উত্তেজনা : স্বামীৰ বাসগৃহত অগ্নিসংযোগ

হাজো থানাৰ অন্তৰ্গত নতুন দিহিনাত এগৰাকী মহিলাৰ মৃত্যুক লৈ সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। ইমৰান আলী নামৰ লোকজনৰ বাসগৃহত ঘৰত মৃত মহিলা গৰাকীৰ আত্মীয়ই অগ্নিসংযোগ কৰাৰ অভিযোগ উঠিছে। উত্থাপিত অভিযোগ অনুসৰি,ইমৰান আলী নামৰ লোকজনে নিজৰ পত্নীক হত্যা…

এনএইচপিচিত ২৪৮টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১ অক্টোবৰ নেচনেল হাইড্র’ ইলেক্ট্রিক পাৱাৰ কর্প’ৰেচন (এনএইচপিচি) লিমিটেডত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

পথ দুৰ্ঘটনাত শেষ নিশ্বাস ভাৰতীয় খেলুৱৈৰ, ক্ৰিকেট জগতত শোক

জম্মু কাশ্মীৰৰ ক্ৰিকেটাৰ কঞ্চন কুমাৰীৰ ৰোড দুৰ্ঘটনাত মৃত্যু: খেল জগতত শোকৰ ছাঁ ভাৰতীয় পুৰুষ ক্ৰিকেট দলে এতিয়া এছিয়া কাপ ২০২৫ত অংশগ্ৰহণ কৰি আছে, য’ত দলৰ আগন্তুক মেচ  দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব। আনহাতে, ভাৰতীয় মহিলা ক্ৰিকেট…

ত্রিপল মার্ডাৰ : ঘৰৰ চৌহদতে উদ্ধাৰ স্বামী–পত্নী-কিশোৰ সন্তানৰ মৃতদেহ

🔹 ছিপাঝাৰৰ নাৰিকলিত ৰহস্যজনক হত্যাকাণ্ড নিয়মীয়া বার্তা, ছিপাঝাৰ, ১২ ছেপ্টেম্বৰ : ‘ত্রিপল মার্ডাৰ’ৰ এক শিহৰণকাৰী ঘটনাই জোকাৰি যায় ছিপাঝাৰৰ নাৰিকলি অঞ্চল৷ গাঁওখনৰ দীপক নাথ, তেওঁৰ পত্নী প্রতিমা নাথ আৰু একমাত্র সন্তান ধৃতিৰাজক নিজ ঘৰৰ চৌহদতে…

ছমাহতেই নেপালত মদৰ বিক্ৰী ঊৰ্ধ্বমুখী, ৰাজহ বৃদ্ধি চৰকাৰৰ

নেপালত লোকসকলৰ মাজত বীয়েৰ পানীয় সেৱনত উল্লেখযোগ্য বৃদ্ধি ঘটিছে, ফলত চৰকাৰী আয়তো ইতিবাচক প্ৰভাৱ পৰিছে। কেৱল বিগত ছয় মাহৰ ভিতৰত চৰকাৰে বীয়েৰ বিক্ৰীৰ পৰা ১৭.২৫ বিলিয়ন নেপালী ৰুপিয়াৰ এক্সাইজ ডিউটি (Excise Duty) সংগ্ৰহ কৰিছে। এই সংখ্যাই…

১৪ নৱেম্বৰৰ পৰা কলাক্ষেত্র-ত প্রাগজ্যোতিষপুৰ সাহিত্য উৎসৱ

দুটা বর্ষৰ সফলতাৰ পিছত শংকৰদেৱ শিক্ষা আৰু গৱেষণা ফাউণ্ডেচনে তৃতীয় বর্ষৰ বাবে আয়োজন কৰিব প্রাগজ্যোতিষপুৰ সাহিত্য উৎসৱ৷ অহা ১৪ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ বর্ণাঢ়্য কার্যসূচীৰে গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ প্রাংগণত অনুষ্ঠিত…

কেইটামান ঘণ্টাৰ বাবে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ খিতাপ হেৰুৱালে এলন মাস্কে

🔹 অ’ৰেকলৰ মুৰব্বী লেৰী এলিছনৰ চমকপ্রদ উত্থান নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : মাত্র কেইটামান ঘণ্টাৰ বাবে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ খিতাপ হেৰুৱালে স্পেচএক্সৰ মুৰব্বী এলন মাস্কে৷ অ’ৰেকলৰ মুৰব্বী লেৰী এলিছনে টেছলাৰ মুৰব্বীক সম্পত্তিৰ হিচাপত অতিক্রম…

অভিযুক্তক লকআপ-ৰ পৰা উলিয়াই আৰক্ষীৰ সহযোগত প্ৰহাৰ দুই যুৱকৰ, ডবকাত উত্তেজনা

ডবকা আৰক্ষী থানাত সংগঠিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। লকআপ-ৰ ভিতৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাইফ উদ্দিন নামৰ অভিযুক্তক উলিয়াই আনি দুই যুৱকে দুজন আৰক্ষী জোৱানৰ সহযোগত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে ৷ যোৱা বুধবাৰে চাইফ উদ্দিন নামৰ…

সুকন্যা : ছাগলী ফার্মেৰে স্বাৱলম্বী শিৱসাগৰৰ বর্ণালী বৰুৱা

উৎপল কুমাৰ কলিতা স্বাৱলম্বী জীৱনত আছে এক মাদকতা তাতে যদি নিজে মালিক হৈ গঢ়িব পাৰি স্বাৱলম্বিতাৰ পথ৷ সেই পথেৰে যাত্রা কৰাৰ আছে এক অনাবিল যাত্রা কৰা এগৰাকী মহিলা৷ নাম তেওঁৰ বর্ণালী বৰুৱা৷ এটা সময়ত অসমৰ সাংবাদিকতাৰ ক্ষেত্রখনৰ এক চিনাকি নাম…

PHED-ত ৫০টা সহকাৰী অভিযন্তাৰ চাকৰি, আবেদনৰ অন্তিম তাৰিখ ১৪ অক্টোবৰ

PHED Assam Recruitment– ৫০টা Assistant Engineer পদৰ বাবে বিভাগৰ নাম : Public Health Engineering Department (PHED), Assamমুঠ পদ : ৫০টাআবেদনৰ অন্তিম তাৰিখ : ১৪/১০/২০২৫পদৰ নাম: Assistant Engineerঅফিচিয়েল ৱেবছাইট: www.apsc.nic.in অসম…