নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

PHED-ত ৫০টা সহকাৰী অভিযন্তাৰ চাকৰি, আবেদনৰ অন্তিম তাৰিখ ১৪ অক্টোবৰ

PHED Assam Recruitment– ৫০টা Assistant Engineer পদৰ বাবে

 

বিভাগৰ নাম : Public Health Engineering Department (PHED), Assam
মুঠ পদ : ৫০টা
আবেদনৰ অন্তিম তাৰিখ : ১৪/১০/২০২৫
পদৰ নাম: Assistant Engineer
অফিচিয়েল ৱেবছাইট: www.apsc.nic.in

অসম লোকসেৱা আয়োগে (APSC) Public Health Engineering Department (PHED) ত ৫০টা Assistant Engineer পদৰ বাবে নিয়োগ সূচনা প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীয়ে তলত দিয়া সম্পূৰ্ণ বিৱৰণ চাব পাৰে।

PHED Assistant Engineer নিয়োগৰ বিৱৰণ

১. Assistant Engineer

  • পদ সংখ্যা : ৫০টা

শাখা অনুসৰি খালী পদৰ সংখ্যা:

  • Civil : ৪০টা

  • Mechanical : ৫টা

  • Chemical : ৫টা

দৰমহা : ৩০,০০০ –  ১,১০,০০০ + Grade Pay  ১২,৭০০

শিক্ষাগত অৰ্হতা:

  • BE/ B.Tech (Civil/Mechanical/Chemical Engineering) – AICTE মান্যতাপ্ৰাপ্ত কোনো প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ। অথবা,

  • Part A & B of AMIE India (Civil/Mechanical/Chemical Engineering) – ৩১ মে ২০১৩ বা তাৰ আগতে নথিভুক্ত।

বয়স:

  • ০১-০১-২০২৫ অনুসৰি প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ কম নহ’ব আৰু ৪০ বছৰৰ বেছি নহ’ব

  • বয়সৰ ৰেহাই:

    • SC : ৫ বছৰ

    • ST : ৫ বছৰ

    • OBC/MOBC : ৩ বছৰ

    • PwBD : ১০ বছৰ

    • Ex-Servicemen: Unreserved – ৪২ বছৰ, OBC/MOBC – ৪৫ বছৰ, SC/ST – ৪৭ বছৰ

কেনেকৈ আবেদন কৰিব?

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীয়ে APSC Recruitment Portal ৰ জৰিয়তে Online আবেদন কৰিব লাগিব।

আবেদন মাচুল

General: Rs. 297.20/-

OBC/MOBC: Rs. 197.20/-

SC/ST/BPL/PwBD: Rs. 47.20/

You might also like