ভিক্ষা নিষিদ্ধকৰণত দেশৰ প্রথম ৰাজ্য মিজোৰাম
🔹 বিধানসভাত গৃহীত মিজোৰাম ভিক্ষা নিষিদ্ধকৰণ বিধেয়ক–২০২৫
নিউজ ডেস্ক, ২৯ আগষ্ট : ভিক্ষা নিষিদ্ধ কৰাৰ নতুন আইন আনিব মিজোৰামে৷ বিৰোধী দলৰ তীব্র আপত্তিৰ মাজতে উত্তৰ–পূর্বাঞ্চলৰ প্রথমখন ৰাজ্য হিচাপে মিজোৰাম বিধানসভাত গৃহীত হয় মিজোৰাম ভিক্ষা…