IED Blust : আইইডি বিস্ফোৰণ : এজন জোৱান নিহত, তিনিজন আহত
IED Blust : ছত্তিশগড়ৰ বিজাপুৰ জিলাত আজি নক্সালীসকলে স্থাপন কৰা এটা ইম্প্ৰ’ভাইজড এক্সপ্ল’চিভ ডিভাইচ (IED) বিস্ফোৰণত ছত্তিশগড় আৰক্ষীৰ ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড (ডিআৰজি)ৰ এজন জোৱান নিহত আৰু তিনিজন আন কৰ্মী আহত হৈছে। এগৰাকী জ্যেষ্ঠ বিষয়াৰ…