Dhing Thief arrested : ধিং আৰক্ষীৰ জালত ৩ কুখ্যাত গাড়ী চোৰ
Dhing Thief arrested : ধিং আৰক্ষীৰ জালত আন্তঃৰাজ্যিক কুখ্যাত গাড়ী চোৰ চক্ৰ। ধিং আৰক্ষীয়ে লাহৰীজানৰ পৰা গ্ৰেপ্তাৰ কৰে তিনিটা গাড়ী চোৰ তিনিটাক। ধৃত গাড়ী চোৰকেইটা হ'ল জুৰীয়া দগাঁৱৰ মেহফাছ আলম শ্বাহ, নয়নজ্যোতি শইকীয়া আৰু জখলাবন্ধাৰ বাস্তৱ…