নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BREAKING NEWS : যোগীঘোপাত শোকাৱহ দুৰ্ঘটনা, কৰুণ মৃত্যু কণমানি ৰুহুলৰ

BREAKING NEWS : যোগীঘোপাৰ চলন্তাপাৰাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। এখন টাটা ম'বাইলৰ চেপাত নিহত হৈছে এটি ২ বছৰীয়া শিশু। নিহত শিশুটিৰ নাম ৰহুল আমিন বুলি জানিব পৰা গৈছে। নিহত শিশুটি ঘৰৰ সমুখত পথত খেলি আছিল। এখন বাঁহভৰ্ত্তি টাটা ম'বাইলে…

ভেটি ৰক্ষাৰ আন্দোলন

বাংলাদেশৰ পৰা শতিকাজুৰি চলি থকা অবাধ অনুপ্রৱেশে অসমৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ জীৱন আৰু জীৱিকালৈ গভীৰ সংকট নমাই অনাৰ সময়তে ৰাজ্যখনৰ চৰকাৰী আৰু সংৰক্ষিত ভূমিত বেদখল উচ্ছেদৰ বিশেষ অভিযান আৰম্ভ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা…

আজি দিনটোৰ ৰাশিফল

আজি ১৯ আগষ্ট, ভাদ মাহৰ ২ তাৰিখ মঙলবাৰ : তিথি–কৃষ্ণ একাদশী, নক্ষত্র : আর্দ্রা, যাত্রা : শুভ মেষ : দূৰ ভ্রমণ কৰিব পাৰিব৷ কর্মস্থানত ব্যস্ততা বাঢ়িব৷ শত্রুৰ পৰা সাৱধান হওক৷ ঘৰুৱা শুভ৷ বিদ্যাত মধ্যম৷ শুভ ৰং পাতল সেউজীয়া৷ শুভ সংখ্যা ৪৷ বৃষ :…

বৰপেটাৰ মন্দিয়া পুৰণি বস্তিত মৰ্মান্তিক ঘটনা, এসপ্তাহত চাৰিজনীয়া পৰিয়ালৰ তিনিজনৰ মৃত্যু

🔹 চিকিৎসালয়ৰ আইচিইউত জীৱন-মৃত্যুৰে যুঁজিছে কন্যাই 🔹 পৰিয়ালটিৰ মৃত্যুৰ আঁৰৰ ৰহস্য উদঘাটন-তদন্তৰ দাবীত ৰাইজ-শিক্ষাৰ্থীৰ সমদল নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : বৰপেটাৰ মন্দিয়াত সমদলেৰে ৰাইজৰ উত্তাল প্ৰতিবাদ। মন্দিয়া আঞ্চলিক কলেজৰ সন্মুখৰ…

কহিনুৰ থিয়েটাৰ-ৰ সোণালী জয়ন্তী বর্ষৰ নাট্যযাত্ৰা আৰম্ভ

কহিনুৰ থিয়েটাৰ-ৰ নাট্যযাত্ৰা : "আজি সমগ্ৰ অসমবাসীৰ বাবে এক আনন্দৰ দিন৷ আজিৰ পৰা পঞ্চাশ বছৰ আগত এগৰাকী স্বপ্নদ্ৰষ্টাই তেওঁৰ পৰম বন্ধু কৃষ্ণ ৰয়ৰ সতে লগ হৈ যি যাত্ৰা আৰম্ভ কৰিছিল সেই যাত্ৰাই আজি সগৌৰৱে সোনালী জয়ন্তী উদযাপন কৰিলে৷ যিগৰাকী…

Airtel Down : এয়াৰটেলত বিজুতি : সমস্যাত কোটি কোটি গ্ৰাহক

Airtel Down : এয়াৰটেলৰ গ্ৰাহকে বিগত কেইঘণ্টাধৰি মবাইল নেটৱৰ্ক আৰু ইণ্টাৰনেট সেৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে। এয়াৰটেলে নিজেই সামাজিক মাধ্যমত এই সমস্যাৰ কথা স্বীকাৰ কৰি জনাইছে যে তেওঁলোক এই সমস্যা যত শীঘ্ৰ সম্ভৱ সমাধানৰ বাবে কাম কৰি…

নৰ্থ ইষ্ট গেছ বিতৰণ কোম্পানীৰ মুখ্য কাৰ্যবাহী পদত মনোজ কুমাৰ বৰুৱা

নিউজ ডেস্ক, ১৮ আগষ্ট : দেশৰ মহাৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেড আৰু অসম গেছ কোম্পানী লিমিটেডৰ যুটীয়া উদ্যোগ প্ৰতিষ্ঠান হিচাপে গঢ় লোৱা উত্তৰ-পূব গেছ বিতৰণ কোম্পানী লিমিটেডৰ (North East Gas Distribution Company Limited) মুখ্য কাৰ্যবাহী…

তিতাবৰত গো-মাংস খোৱাক লৈ গৰ্ভৱতী হিন্দু যুৱতীক অত্যাচাৰ মুছলমান যুৱকৰ, পেটত গোৰ মাৰি চিকিৎসাধীন…

🔹 ৭ মাহ পূৰ্বে প্ৰেমৰ নাটকেৰে নুৰে বিবাহ কৰাইছিল হিন্দু যুৱতীক নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : তিতাবৰত এগৰাকী হিন্দু যুৱতীক এজন মুছলমান যুৱকে কৌশলেৰে বিবাহপাশত আবদ্ধ কৰাই বৰ্তমান অমানৱীয় শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱাৰ চাঞ্চল্যকৰ ঘটনা পোহৰলৈ…

বিজনীত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ প্ৰাণহানি, সংকটজনক এজন

নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : চিৰাং জিলাৰ বিজনীৰ মাটিয়াপাৰা শিৱ মন্দিৰৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত দুজনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে এজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ঘটনাৰ বিৱৰণী মতে, বিজনীৰ পৰা…

বিগ বছত এইবাৰ প্রাক্তন ভাৰতীয় ক্রিকেটাৰৰ কন্যা, আৰিয়ানৰ পৰা অনয়ালৈ- এক কঠিন যাত্ৰা

নিউজ ডেস্ক, ১৮ আগষ্ট : এইবাৰ বিগ বছত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছে অনয়া বাংগাৰ৷ ৰূপান্তৰিত এথলীট হিচাপে জনপ্রিয় ৰিয়েলিটী শ্ব’টোত অংশগ্রহণ কৰিব প্রাক্তন ভাৰতীয় ক্রিকেটাৰ সঞ্জয় বাংগাৰৰ কন্যা অনয়াই ৷ লিংগ পৰিৱর্তনৰ পিছৰ পৰাই বিভিন্ন বিষয়ত সঘনে…