নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰে’লৱে ৰিক্রুইটমেণ্ট ব’ৰ্ডৰ ৪৩৪টা পদ মুকলি

🔹 আবেদনৰ অন্তিম তাৰিখ ৮ ছেপ্টেম্বৰ ভাৰত চৰকাৰৰ ৰে’ল মন্ত্রালয়ৰ অধীনস্থ ৰে’লৱে ৰিক্রুইটমেণ্ট ব’র্ডে কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷

ভেট ফুলেই হ’ল কাল : ডুমডুমীয়া পূজাবাৰীৰ যুৱকৰে অঘটন

নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : নগাঁও জিলাৰ বটদ্ৰৱাৰ উত্তৰে অৱস্থিত ডুমডুমীয়া আৰক্ষী চকীৰ নিচেই সমীপৰ ডুমডুমীয়া পূজাবাৰীৰ যুৱক প্ৰদীপ দাস (৪৫)ৰ আজি পুৱা ৮ বজাত আকস্মিকভাৱে হোৱা মৃত্যুৰ বাতৰিয়ে বৃহত্তৰ ডুমডুমীয়া-বালিসত্ৰ অঞ্চলত গভীৰ শোকৰ ছাঁ…

মাজুলীত ভাষাবিদ টাবুৰাম টাইদৰ সপ্তম মৃত্যুবাৰ্ষিকী পালন : ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা…

নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : মাজুলী জিলাৰ নামনি মাজুলীৰ লোহিত খাবলুত আজি বিশিষ্ট শিক্ষাবিদ, ভাষাবিদ টাবুৰাম টাইডৰ সপ্তম মৃত্যুবাৰ্ষিকী দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। লোহিত খাবলু মিচিং আগম কেবাঙৰ উদ্যোগত বৰালিমৰাৰ নামচিং গাডুম ৰংগমঞ্চত আজি…

আইএছআইৰ হৈ চোৰাংচোৱাগিৰি : ইউটিউবাৰ জ্যোতি মালহোত্রাৰ বিৰুদ্ধে ২,৫০০ পৃষ্ঠাৰ চার্জশ্বীট

নিউজ ডেস্ক, ১৭ আগষ্ট : পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ হৈ চোৰাংচোৱাগিৰি কৰি দেশৰ অতি গুৰুত্বপূর্ণ তথ্য যোগান ধৰাৰ অপৰাধত গ্রেপ্তাৰ কৰা ইউটিউবাৰ জ্যোতি মালহোত্রাৰ বিৰুদ্ধে ২,৫০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে হাৰিয়ানাৰ আৰক্ষীয়ে৷…

বিশ্বব্যাপী বাটৰুৱা কুকুৰৰ পৰিসংখ্যা, শীর্ষত আমেৰিকা যুক্তৰাষ্ট্র, ১.৫৩ কোটিৰে ভাৰত…

নিউজ ডেস্ক, ১৭ আগষ্ট : দেশৰ ৰাজধানী দিল্লীত বাটৰুৱা কুকুৰ আঁতৰ কৰাক লৈ উচ্চতম ন্যায়ালয়ত গোচৰ চলি থকাৰ মাজতে বিশ্বব্যাপী বাটৰুৱা কুকুৰৰ পৰিসংখ্যাৰে দেশৰ তালিকা প্রকাশ পাইছে৷ বাটৰুৱা কুকুৰৰ পৰিসংখ্যাৰে তালিকাৰ শীর্ষ ১০ দেশৰ ভিতৰত আমেৰিকা…

বিমানত বহিয়েই আৱেগিক পোষ্ট, দেশলৈ উভতিল ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

নিউজ ডেস্ক, ১৭ আগষ্ট : ঘৰলৈ উভতিছে ‘শুক্স’। ভাৰতীয় বায়ুসেনাৰ সদস্য কেপ্টেইন শুভাংশু শুক্লাক আমেৰিকাত বিশেষকৈ নাছাৰ অভিযানত তেওঁৰ সহকৰ্মীসকলে এই নামেৰেই চিনি পাইছিল। ইতিমধ্যে তেওঁ প্ৰথম ভাৰতীয় মহাকাশচাৰী হিচাপে আন্তঃৰাষ্ট্ৰীয় মহাকাশ…

পবিত্ৰ ভাদ মাহ : সহস্ৰাধিক ভক্তক আদৰিবলৈ সাজু ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰ

নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট : পবিত্ৰ ভাদ মাহত লক্ষাধিক ভক্তক আদৰিবলৈ ৰং-তুলিকাৰে সজাই তোলা হৈছে গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ। আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিৰ প্ৰশাসনিক কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত পৰিচালনা সমিতিৰ…

SBIত ৬,৫৮৯টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৬ আগষ্ট ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা বহুসংখ্যক পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

পাকিস্তানত ভয়াৱহ বানত অনাহূত পৰিস্থিতি,  উদ্ধাৰকাৰী হেলিকপ্টাৰ বিধ্বস্ত, ৩০০জনৰ প্রাণহানি

নিউজ ডেস্ক, ১৭ আগষ্ট : নেৰানেপেৰা বৰষুণৰ ফলত ভয়াৱহ বানে পাকিস্তান আৰু পিঅ’কেত অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ প্রলয়ংকৰী বানৰ কবলত দেশখনত অতিকমেও ৩০০জনৰ প্রাণহানি হোৱা বুলি তথ্য প্রকাশ পাইছে৷ ইয়াৰে অধিকাংশ দেশখনৰ খাইবাৰ পাখতুনখৱাৰ বুনেৰ’ৰ৷…

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ বঙাইগাঁও নগৰ সমিতিৰ ‘মিছন তিৰংগা’

🔹 নাককাটি পাহাৰৰ চূড়াত ত্ৰিৰংগা উৰুৱালে যুৱক-যুৱতীৰ দলে বিশেষ বাৰ্তা, ১৭ আগষ্ট : সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ বঙাইগাঁও নগৰ সমিতিয়ে দেশৰ ৭৯সংখ্যক স্বাধীনতা দিৱস উপলক্ষে "মিছন তিৰংগা" শীৰ্ষক এক অনুষ্ঠান হাতত লয় । মিছন তিৰংগাত ৫০জনীয়া…