নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাত্ৰ ৪ ৰানত অল আউট এটা দল… ১০জনেই শূন্য ৰানত আউট

জয়পুৰত শেহতীয়াকৈ আৰম্ভ হোৱা মহিলা ছিনিয়ৰ টি-২০ চেম্পিয়নশ্বিপৰ সময়ত অনুষ্ঠিত শ্বেকাৰ বনাম শ্বিৰোহী মেচত শ্বিৰোহী দল মাত্ৰ ৪ ৰানত অল আউট হৈছিল। এই প্ৰদৰ্শনে ক্ৰিকেট অনুৰাগী আৰু বিশেষজ্ঞৰ মাজত নিৰ্বাচন প্ৰক্ৰিয়া আৰু খেলুৱৈৰ সামৰ্থ্যৰ…

বাটৰ কুকুৰ আঁতৰাবলৈ কঠোৰ নির্দেশ সর্বোচ্চ ন্যায়ালয়ৰ

🔹 কঠোৰ শাস্তিৰ সন্মুখীন হ’ব বাধা দিয়াসকল নিউজ ডেস্ক, ১২ আগষ্ট : নতুন দিল্লীৰ অলিয়ে–গলিয়ে ঘূৰি ফুৰা বাটৰ কুকুৰক তাৎক্ষণিকভাৱে আঁতৰোৱাৰ কঠোৰ নির্দেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে৷ জলাতংক ৰোগ আৰু অঘৰী কুকুৰৰ কামোৰত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ…

সোণ কিনিবলৈ আগ্ৰহীসকলৰ বাবে স্বস্তি… ট্ৰাম্পে ৰেহাই দিলে সোণক

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এটা ডাঙৰ ঘোষণা কৰিছে। ‘দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল’ৰ এটা প্ৰতিবেদনৰ মতে, ট্ৰাম্পে কৈছে যে সোণৰ ওপৰত কোনো ধৰণৰ শুল্ক লগোৱা নহ’ব। ইয়াৰ পূৰ্বে কাষ্টমছ আৰু সীমান্ত সুৰক্ষা বিভাগে কৈছিল যে সোণৰ ওপৰত ভাৰী কৰ…

লংকেশ্বৰ পাহাৰৰ নামনিত চলিছে অবাধ বেদখল

ৰাজ্যত অবৈধ বেদখলকাৰী আৰু বাংলাদেশী মিঞাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ধাৰাবাহিক উচ্ছেদ অভিযান অব্যাহত ৰাখিছে৷ বিশেষকৈ চৰকাৰী ভূমি আৰু পাহাৰৰ লগতে বনাঞ্চলৰ ভূমিত দীর্ঘদিন ধৰি ঘৰ–দুৱাৰ সাজি বসবাস কৰা অবৈধ দখলকাৰীৰ বিৰুদ্ধে চৰকাৰ–প্রশাসনে কঠোৰস্থিতি…

লোকসভাত গৃহীত ৰাষ্ট্রীয় ক্রীড়া বিধেয়ক

🔹 ভাৰতীয় ক্রীড়া ক্ষেত্রত এক যুগান্তকাৰী সিদ্ধান্ত নিউজ ডেস্ক, ১২ আগষ্ট : ভাৰতৰ ক্রীড়াখণ্ডত এক যুগান্তকাৰী সিদ্ধান্ত৷ অৱশেষত লোকসভাত গৃহীত হ’ল ক্রীড়া বিধেয়ক৷ কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মাণ্ডব্যৰ মতে স্বাধীনতাৰ পিছত ভাৰতীয়…

পাকিস্তানৰ পাৰমাণৱিক ব্লেকমেইলিঙৰ প্রত্যুত্তৰ দিব ভাৰতে

ভাৰতভূমিক অশান্ত কৰাৰ নিৰন্তৰ চেষ্টাত ব্রতী হৈ অহা সন্ত্রাসবাদৰ মদদপুষ্ট চিৰবৈৰী ৰাষ্ট্র পাকিস্তানক কঠোৰ সকীয়নি প্রদান কৰিছে কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ে৷ শুল্ক বোমাৰ মাজতে দেশখনৰ সেনাপ্রধান ফিল্ড মার্শ্বেল আছিম মুনীৰে আমেৰিকাৰ ভূমিত বহি…

আমছুৱে হুলস্থূল কৰিলে দুটা উচ্ছেদ বেছিকৈ হ’ব : মুখ্যমন্ত্রী

বনভূমি বেদখল কৰা সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদক বিৰোধিতা কৰি অহা সদৌ অসম সংখ্যালঘু ছাত্র সন্থা, চমুকৈ আমছুক উদ্দেশ্যি মুখ্যমন্ত্রীৰ স্পষ্ট বার্তা– আমছুৱে যিমানে প্রতিবাদ কৰিব, উচ্ছেদ দুটা বেছিকৈ হ’ব৷ উল্লেখ্য যে…

আমেৰিকা কাৰো বন্ধু নহয়

আমিয়ে বিশ্বৰ হর্তাকর্তা৷ অর্থনৈতিক সাম্রাজ্যবাদৰ জৰিয়তে সমগ্র বিশ্বক হাতৰ মুঠিত ৰাখিব বিচৰা আমেৰিকাৰ এনে দাদাগিৰি দীর্ঘকাল চলি আহিছে৷ আমেৰিকাৰ ৰাষ্ট্রপতিৰ শাসনত দ্বিতীয়বাৰৰ বাবে অধিষ্ঠিত হোৱাৰ সময়ত ভাৰতৰ স’তে বাণিজ্যিক আৰু বৈদেশিক সম্পর্ক…

১৫ আগষ্টত সর্বাত্মক বন্ধ ঘোষণা আলফা (স্বাঃ)ৰ

স্বাধীনতা দিৱস উপলক্ষে ১৫ আগষ্টত সর্বাত্মক বন্ধ ঘোষণা কৰিছে আলফা স্বাধীনে৷ সেইদিনা নিশা ১২ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ নিষিদ্ধঘোষিত সংগঠনটোৱে বন্ধ ঘোষণা কৰিছে৷ এক প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে আলফা স্বাধীনৰ প্রচাৰ বিভাগৰ সহঃ সম্পাদক ঈশান অসমে এই…

এবছৰতে ৰাজ্যত ৪২ চোৰাং চিকাৰীক গ্রেপ্তাৰ : গঁড় হত্যা প্রতিৰোধৰ সংকল্প

এশিঙীয়া গঁড়ৰ বাবে বিশ্বৰ মানচিত্রত অসমে এক সুকীয়া স্থান লাভ কৰি আহিছে৷ এই এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ বাবে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ যাৰ ফলপ্রসূ ফলাফল দেখিবলৈ পোৱা গৈছে৷ ৰাজ্যত ক্রমাৎ শূন্যৰ দিশে ধাৱমান হৈছে গঁড়…