ড° মুকুট গোহাঁইৰ গৱেষণা দলৰ প্ৰকল্পলৈ UNITAIDৰ অনুমোদন
তিনিচুকীয়া জিলাৰ পানীতোলাৰ গন্ধিয়া গাঁৱত জন্মগ্ৰহণ কৰা অসম সন্তান বিজ্ঞানী ড° মুকুট গোহাঁইৰ নেতৃত্বত জীৱন দায়িনী ঔষধৰ গৱেষণা প্ৰকল্পলৈ বিশ্ব স্বাস্থ্য সন্থাৰ জেনেভাস্থিত বিশ্বৰ অন্যতম সন্মানীয় সংস্থা UNITAID ৰ পৰা গৱেষণাৰ বঁটা হিচাপে জীৱন…