চুৰিৰ অভিযোগত জনতাৰ প্ৰহাৰ, আহত ব্যক্তিৰ GMCH-ত মৃত্যু
গুৱাহাটী মহানগৰীৰ পাণবজাৰত দুজন ব্যক্তিৰ ওপৰত চুৰিৰ অভিযোগ উত্থাপিত হৈছিল আৰু কেইজনমান লোকে তেওঁলোকক প্ৰহাৰ কৰাত এজনৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যু হৈছে।
পাণবজাৰৰ ফাষ্টফুডৰ পৰা সামগ্ৰী চুৰি কৰাৰ সময়ত হাতে-লোটে ধৰা পৰাৰ পিছত জনতাৰ…