নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীৰ ‘মন কী বাত’ৰ উপার্জন ৩৪.১৩ কোটি টকা

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বহুচর্চিত ৰেডিঅ’ কার্যসূচী মন কী বাতৰ পৰা ৩৪.১৩ কোটি উপার্জন হৈছে৷ এই মন্তব্য কেন্দ্রীয় ৰাজ্যিক তথ্য আৰু সম্প্রচাৰ মন্ত্রী এল মুৰুগানৰ৷ চলিত বর্ষাকালীন অধিৱেশনত ৰাজ্যসভাত এক লিখিত প্রশ্ণৰ উত্তৰ দি…

তামিল–ইংৰাজীৰে তামিলনাডুত দ্বিভাষা নীতি ষ্টেলিনৰ

কেন্দ্রীয় চৰকাৰৰ নতুন শিক্ষানীতিক আৰম্ভণিৰে পৰা বিৰোধিতা কৰি অহা তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিনে কেন্দ্রক প্রত্যাহ্বান জনাই ৰাজ্যখনত নতুন শিক্ষানীতি বলৱৎ কৰিলে৷ হিন্দী আধিপাত্যৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্রীগৰাকীয়ে নিজ ৰাজ্য তামিলনাডুত…

RR ত্যাগ কৰিব ছেমছনে! নিলামৰ পূর্বে মুকলিৰ আবেদন

অধিনায়ক সঞ্জু ছেমছনে আগন্তুক আইপিএলৰ পূর্বে ৰাজস্থান ৰয়েলছ এৰিব বিচাৰিছে৷ ৰাষ্ট্রীয় দলৰ উইকেটকীপাৰ–বেটাৰজনে এই সন্দর্ভত দল কর্তৃপক্ষৰ ওচৰতো আবেদন জনাইছে৷ অৱশ্যে তেওঁৰ আন এটা দলত যোগদান সম্পূর্ণৰূপে ৰাজস্থান কর্তৃপক্ষৰ ওপৰত নির্ভৰশীল৷ সঞ্জু…

সর্বকনিষ্ঠ অধিনায়ক হিচাপে নজিৰ ক্র’ৱেছিয়াৰ জেকৰ

আন্তর্জাতিক ক্রিকেটত অভিলেখ ৰচিলে ক্র’ৱেছিয়াৰ জেক ৱুকুছিচে৷ সর্বকনিষ্ঠ অধিনায়ক হিচাপে নজিৰ গঢ়িলে ক্র’ৱেছিয়াৰ কিশোৰগৰাকীয়ে৷ মাত্র ১৭ বছৰ ৩১১ দিনত দেশখনক নেতৃত্ব দি অভিলেখ ৰচে জেকে৷ ছাইপ্রাছৰ বিৰুদ্ধে খেলা টি–২০ মেচখনত ক্র’ৱেছিয়া দলটোক…

সম্পাদকীয় : আমেৰিকান ড্রীমছ

পৃথিৱীৰ সকলোতকৈ ঐশ্বর্যশালী দেশ আমেৰিকা৷ পৃথিৱীৰ সকলোতকৈ শক্তিশালী দেশ আমেৰিকা৷ যুগে যুগে আমেৰিকাই আকর্ষণ কৰি আহিছে পৃথিৱীৰ আন দেশৰ বাসিন্দাসকলক৷ আমেৰিকাক এবাৰ স্ব–চক্ষে চোৱাৰ হেঁপাহ, আমেৰিকালৈ এবাৰ যোৱাৰ হেঁপাহ, আমেৰিকাত এবাৰলৈ হ’লেও…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ৯ আগষ্ট, শাওণ মাহৰ ২৩ তাৰিখ শনিবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : শ্রৱণা, যাত্রা : নাই মেষ : ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ হ’বলগীয়া কামত অনগ্রসৰ হোৱাৰ যোগ৷ মুঠতে কিছু অসুবিধাৰ কাৰক৷ শুভ ৰং নীলা, শুভ…

কলিকতাত ডুমডুমাৰ চিত্ৰশিল্পী ৰণ্টু লহকৰৰ একক চিত্ৰ প্ৰদৰ্শনী

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী ৰণ্টু লহকৰৰ এখন একক চিত্ৰ প্ৰদৰ্শনী অহা ১৫ আগষ্টৰ পৰা ২১ আগষ্টলৈকে কলিকাতাৰ সন্মানীয় একাডেমী অৱ ফাইন আৰ্টছত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে, বিগত প্ৰায় দুটা দশক ধৰি বিশ্ব বিখ্যাত স্পিড…

নলবাৰীত চৰকাৰী নিৰ্দেশনাৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

বিদেশী ন্যায়াধীকৰণত অবৈধ হিন্দু বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ অসম চৰকাৰে প্ৰত্যাহাৰ কৰিবলৈ প্ৰদান কৰা নিৰ্দেশৰ বিৰোধিতাৰে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই জিলা সদৰত চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতিলিপি দাহ কৰি এক…

লখিমপুৰৰ বালিকা মহাবিদ্যালয়লৈ স্বায়ত্তশাসনৰ স্বীকৃতি

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ একমাত্র আৰু ৰাজ্যৰ দ্বিতীয় খন স্ত্রী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান লখিমপুৰ বালিকা মহাবিদ্যালয়ে স্বায়ত্তশাসনৰ স্বীকৃতি লাভ কৰিছে। যোৱা ৪ আগষ্টত বিশ্ব বিদ্যালয় অনুদান আয়োগে লখিমপুৰ বালিকা মহাবিদ্যালয়ক আগন্তুক পাচ…

ধ*ৰ্ষ*ণৰ অভিযোগত বিতৰ্কত দুই খ্যাতনামা ক্রিকেটাৰ, বিপদত ভৱিষ্যৎ

ক্ৰিকেট জগতত হৈ-চৈ লাগিছে। ভাৰত আৰু পাকিস্তানৰ দুজন যুৱ ক্ৰিকেটাৰৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰে এজন ক্ৰিকেটাৰ জেললৈ যাবলগীয়া হৈছিল। যদিও পিছত সেই খেলুৱৈগৰাকীয়ে জামিন লাভ কৰিছে। আনজন ক্ৰিকেটাৰো জেললৈ যাব পাৰে। ইয়াত ভাৰতৰ…