সপ্তম দিনাও অব্যাহত কাশ্মীৰৰ কুলগামত সেনা-সন্ত্ৰাসবাদী-ৰ সংঘৰ্ষ
দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ অখল-দেৱসাৰ অঞ্চলত সেনা-সন্ত্ৰাসবাদী ৰ মাজত চলি থকা সংঘৰ্ষৰ লগতে ব্যাপক ঘেৰাও আৰু তালাচী অভিযান সপ্তম দিনতো অব্যাহত আছে। কালি গোটেই ৰাতি তীব্ৰ গুলীচালনাৰ পিছত দিনটোৰ বেছিভাগ সময় ধৰি উত্তেজনাপূৰ্ণ পৰিৱেশ বিৰাজ…