নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পৰ ঘোষণা : আমেৰিকাৰ লগত ভাল সম্পৰ্ক, শুল্ক ৰেহাই

ট্রাম্পৰ ঘোষণা : আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত বৰ্তমান সম্পৰ্ক অত্যন্ত ভাল। আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ মাজত নতুন বাণিজ্য চুক্তিৰ মাজতে ট্ৰাম্পৰ এই বক্তব্য উল্লেখযোগ্য। এই চুক্তি…

তিনিচুকীয়াত নৱজাতক বিক্ৰীৰ জঘন্য ঘটনা, স্বাস্থ্যকৰ্মী আটক

বিশেষ বাৰ্তা, ২ আগষ্ট : তিনিচুকীয়াত সদ্যোজাত শিশু বিক্ৰীৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ইতিমধ্যে এই ঘটনাৰে জড়িত জিনামণি গোহাঁই নামৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী এগৰাকীক তিনিচুকীয়া আৰক্ষীয়ে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ পৰা আটক কৰিছে ৷ ঘটনাৰ…

Niyomiya Barta Exclusive : গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলৰ ৪১০৭ হেক্টৰ ভূমি বেদখল

Niyomiya Barta Exclusive : গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা পাহাৰ আৰু সংৰক্ষিত বনাঞ্চল বেদখল কৰি একাংশ সন্দেহজনক লোকে বসবাস কৰি আহিছে৷ বন বিভাগ আৰু জিলা প্রশাসনৰ নির্লিপ্ততাৰ সুযোগ লৈ ভূ–মাফিয়াই সংৰক্ষিত বনাঞ্চল আৰু পাহাৰ অঞ্চলৰ চৰকাৰী ভূমি…

টি-২০ ক্রিকেটত পৰাজয়ৰ ধাৰা অব্যাহত ৱেষ্ট ইণ্ডিজ-ৰ

টি–২০ ক্রিকেটত পৰাজয়ৰ ধাৰা অব্যাহত আছে ৱেষ্ট ইণ্ডিজ ৰ৷ বিগত ১৯খন মেচৰ ১৫খনতে পৰাজয়ৰ মুখ দেখিছে কেৰিবিয়ান বাহিনীয়ে৷ ইয়াৰে দুখন মেচত জয়লাভ কৰাৰ বিপৰীতে দুখন মেচ পৰিত্যক্ত হোৱাৰ লগতে এখন মেচৰ ফলাফল নোলাল৷ পাকিস্তানৰ বিপক্ষে আৰম্ভ হোৱা…

ৰাজপুত্র, যুৱৰাজ আদি ৰূপকসমূহ

🔹 দিগন্ত বিশ্ব শর্মা প্রত্যক্ষভাৱে নহয়, যেতিয়া গণতান্ত্রিক প্রমূল্যক কৌশলেৰে ভূ–লুণ্ঠিত কৰি বিশেষ ব্যক্তিয়ে আধিপত্য স্থাপন কৰে অথবা কৰিবলৈ প্রয়াস কৰে, তেতিয়াহ তেনে ব্যক্তিক গণতান্ত্রিক প্রমূল্যৰ বিষয়ে সোঁৱৰাই দিবলৈ ৰাজনৈতিক লেখাত…

ৰাষ্ট্রীয় চলচ্চিত্র বঁটা : শ্রেষ্ঠ অসমীয়া ছবি ৰঙাটাপু, উৎপল দত্ত শ্রেষ্ঠ ছবি সমালোচক,…

৭১সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বঁটা ঘোষণা কৰা হৈছে৷ অসমীয়া ছবিৰ শিতানত ৰঙাটাপু–১৯৮২ ছবিখনে শ্রেষ্ঠ ছবিৰ ৰজতকমল সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ চাৰিগৰাকী নাৰীৰ সহ্য–ধৈর্য–সাহস আৰু ত্যাগৰ হূদয় কঁপাই যোৱা এটা কাহিনীৰ আধাৰত আদিত্যম শইকীয়াৰ…

 জল্পনা–কল্পনাৰ অন্ত : ভাৰতীয় ফুটবল দলৰ নতুন প্রশিক্ষক খালিদ জামিল

জল্পনা–কল্পনাৰ অন্ত৷ ভাৰতীয় ফুটবল দলৰ নতুন প্রশিক্ষক খালিদ জামিল৷ বহুদিনৰ মূৰত ভাৰতীয় ফুটবলত দেখা যাব এজন ভাৰতীয় প্রশিক্ষক৷ ইষ্ট বেংগল, মোহন বাগানকে ধৰি কেইবাটাও আইএছএল দলৰ প্রশিক্ষকৰ দায়িত্বত থকা খালিদৰ ওপৰত আস্থা ৰাখিছে অল ইণ্ডিয়া ফুটবল…

উত্তৰ-পূব দক্ষতা বিকাশ কেন্দ্ৰ-ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ মন্ত্ৰী পীযুষ-ৰ

দুষ্কৃতিকাৰীৰ পৰা ৰক্ষাৰ বাবে খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াটোক জনসাধাৰণে আদৰণি জনাইছে।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াৰ বিষয়টোক লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ পিষ্টলৰ…

ডুৰাণ্ড কাপ ফুটবল : আজি অভিযান চলাব নর্থ–ইষ্ট ইউনাইটেডে

চলিত ১৩৪সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলত আজি অভিযান আৰম্ভ কৰিব বিগত বর্ষৰ চেম্পিয়ন নর্থ–ইষ্ট ইউনাইটেড এফচিয়ে৷ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ’বলগা গ্রুপ ‘ই’ৰ মেচখনত ইণ্ডিয়ান ছুপাৰ লীগৰ গুৱাহাটীৰ দলটোৰ প্রতিদ্বন্দ্বী হ’ল মালয়েছিয়াৰ…

ধুৰন্ধৰ ট্রাম্প

সেয়া যোৱাটো বছৰৰ শেষৰ ভাগৰ কথা৷ আমেৰিকাত তেতিয়া ৪৭সংখ্যক ৰাষ্ট্রপতি নির্বাচনৰ উত্তাল বতাহ৷ পৃথিৱীৰ সকলোতকৈ শক্তিশালী দেশখনৰ ৰাষ্ট্রপতি নির্বাচনৰ সেই উত্তাল বতাহে স্পর্শ কৰিছিল আন দেশসমূহক৷ কোন আমেৰিকাৰ পৰৱর্তী ৰাষ্ট্রপতি হ’ব? এই প্রশ্ণই…