ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ প্ৰহাৰত কাছাৰৰ যুৱকৰ মৃত্যু
🔹 সীমান্তত উত্তেজনা : বিস্ফোৰক অভিযোগ উত্থাপনেৰে কাটিগৰা থানা ঘেৰাও
নিয়মীয়া বাৰ্তা, ২ আগষ্ট : ভাৰত-বাংলাদেশ সীমান্তৰ সংলগ্ন কাছাৰ জিলাৰ কিন্নৰখাল আমতলা বজাৰ অঞ্চলত এজন যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ ব্যাপক উত্তেজনাৰ সৃষ্টি হয়। স্থানীয়…