ফকিৰগঞ্জত ব্ৰহ্মপুত্ৰৰ খহনীয়া, বোচাইমাৰী বান্ধ ৰক্ষাৰ দাবীত ধৰ্ণা
দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ অঞ্চলৰ বোচাইমাৰীত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া প্ৰতিৰোধৰ বাবে "গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ সংগ্ৰাম কমিটি"ৰ আহ্বানত আজি বোচাইমাৰী বান্ধ ৰক্ষা কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
উক্ত ধৰ্ণা কাৰ্যসূচীত দল মত…