ছামিউলৰ পৰিয়ালক গোচৰ উঠাবলৈ ৫ লাখ টকাৰ প্রলোভন মহবুবুলৰ
🔹 অভিনেত্রী নন্দিনী কাণ্ডৰে ইউএছটিএমৰ আচার্যৰ সংযোগ
বিশেষ বাৰ্তা, ১ আগষ্ট : অভিনেত্রী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ মৃত্যুৰে হাস্পতালত যুঁজি থকাৰ সময়তে ছামিউল হকৰ পৰিয়ালক গোচৰ উঠাবলৈ হেঁচা প্রয়োগ কৰিছিল মেঘালয়ৰ…