৩ মিনিটত ১৮৪ ছেলফি : ছেলফিৰে গিনিজ ৱৰ্ল্ড ৰেকর্ড অক্ষয় কুমাৰৰ
নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰীঃ ছেলফি উঠি গিনিজ ৱর্ল্ড ৰেকর্ড গঢ়িলে অক্ষয় কুমাৰে৷ এই ৰেকৰ্ডত তিনি মিনিটৰ ভিতৰতে বলীউডৰ তাৰকা কুমাৰে ১৮৪ ছেলফি উঠে৷ ‘ছেলফি’ ছৱিৰ প্রচাৰ অভিযান চলাই থকা তাৰকা অক্ষয় কুমাৰে কালি ছেলফি উঠি গিনিজ ৱর্ল্ড ৰেকর্ড গঢ়ে৷ মুম্বাইত ছেলফি ছৱিৰ প্রচাৰ অভিযানত তিনি মিনিটৰ ভিতৰতে অভিনেতাগৰাকীয়ে উপস্থিত অনুৰাগীৰ সৈতে ১৮৪ ছেলফি উঠে৷ এই…
Read More...