পুনৰ ভ্ৰাম্যমাণ থিয়েটাৰলৈ যতীন-নিশিতা… পাঠশালাত ৰাজমুকুট থিয়েটাৰৰ নাট্যাৰম্ভ
"আমি ভ্ৰাম্যমাণ নাটকৰ মানুহ, যিমান কষ্ট নহ'লেও আমি ভ্ৰাম্যমাণ এৰি চলিব নোৱাৰো৷ সেয়েহে আকৌ ভ্ৰাম্যমাণৰ মঞ্চলৈ আহিম৷ আৰু এইবাৰ মই অকলে নহয় এইবাৰ মোৰ লগত থাকিব মোহময়ী অভিনেত্ৰী নিশিতা গোস্বামী।" পাঠশালাত ৰাজমুকুট থিয়েটাৰৰ মঞ্চত এই ঘোষণা কৰে জনপ্ৰিয় অভিনেতা যতীন বৰাই।
প্ৰতি বছৰে নিত্য নতুন কাৰিকৰী কৌশলেৰে শ্ৰোতা দৰ্শকৰ মন জয়ী কৰিবলৈ সক্ষম হোৱা…
Read More...