গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনএছএছ গোটৰ যাত্রা
নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ ৰাজধানী নতুন দিল্লীত পহিলা জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এমহীয়া গণৰাজ্য দিৱসৰ শিবিৰলৈ নির্বাচিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্রীয় সেৱা যোজনাৰ (এনএছএছ) কোষৰ অধীনৰ তিনিজন স্বেচ্ছাসেৱক ক্রমে চাপিনী বর্মন (বিবৰুৱা মহাবিদ্যালয়), দীপজ্যোতি শর্মা (গুৱাহাটী মহাবিদ্যালয়) আৰু চাজিছ আলী (উত্তৰ গুৱাহাটী…
Read More...