৭০ হাজাৰ কর্মী নিয়োগ, পূজাৰ আগত বৃহৎ সিদ্ধান্ত ফ্লিপকার্টৰ
নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ এয়া উৎসৱৰ বতৰ৷ মন–প্রাণ হৰি নিয়া শৰৎ আহিলেও পিছে মন ফৰকাল নহয় ৰাজ্যবাসীৰ৷ ক'ৰোনা মহামাৰী দুৰ্যোগৰ এই সময়তো অনলাইন কিনাবেচা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভৱণা। সেই আশা আগত ৰাখিয়ে এইবাৰ বৃহৎ সংখ্যাৰ কর্মী নিয়োগৰ সিদ্ধান্ত ল'লে ই-কমাৰ্ছ সংস্থা ফ্লিপকার্টে। উৎসৱৰ দিনত গ্রাহকক সেৱা আগবঢ়াবলৈ ৭০ হাজাৰ কর্মী নিয়োগ কৰা হ'ব বুলি…
Read More...