২০২৩ত মন্দাৱস্থাৰ দিশে বিশ্বৰ অর্থনীতি
ব্রিটিছ সংস্থা চেণ্টাৰ ফৰ ইক’নমিকছ এণ্ড বিজনেছ ৰিছার্চ (চিইবিআৰ)ৰ প্রতিবেদন
মূল্যবৃদ্ধিৰ বিৰুদ্ধে নীতি প্রস্তুত কৰিলেও মন্দাৱস্থাত কৰিব আন্তর্জাতিক অর্থনীতি
নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ ক’ভিডত বিধ্বস্ত বিশ্বৰ অর্থনীতি পুনৰুজ্জীৱিত হৈ উঠিলেও অহা বর্ষটো বিশ্বৰ অর্থনীতিৰ বাবে ইতিবাচক নহ’ব৷ ২০২৩ চনত মন্দাৱস্থাৰ কবলত পৰিব বিশ্বৰ অর্থনীতি৷…
Read More...