অসম ক্রিকেটৰ উত্তৰণ দেখি মই অভিভূত, গুৱাহাটীত ছিনক্র’নাইজড এৰিয়েল কৰিঅ’গ্রাফীৰ ড্র’ন শ্ব’
নিউজ ডেস্ক, ২৮ মাৰ্চঃ ‘অসম ক্রিকেটৰ উত্তৰণ দেখি মই অভিভূত৷ মই অসমৰ হৈ ঘৰুৱা ক্রিকেট খেলিছিলোঁ৷ সেয়ে ১৫ বছৰ পূর্বৰ অসমৰ ক্রিকেটৰ পৰিৱেশটোৰ বিষয়ে মই ভালদৰে জানো৷ কিন্তু এতিয়া অসমৰ ক্রিকেটৰ ৰূপ সম্পূর্ণৰূপে সলনি হৈ গৈছে৷ ৰিয়ানৰ দৰে প্রতিভাৱান ক্রিকেটাৰে ভাৰতীয় দলৰ হৈ খেলাৰ লগতে আইপিএলত আমাৰে দলটোক নেতৃত্ব দিছে৷ অসমৰ ক্রিকেট ষ্টেডিয়াম দেশৰে নহয় বিশ্বৰ…
Read More...