শিল্পী-শিক্ষাবিদ লক্ষহীৰা দাসৰ দেহাৱসান, শোকস্তব্ধ ৰাজ্যবাসী
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মাৰ্চঃ হেৰাই গল এক অনন্য সুৰ। ৰাজ্যবাসীক শোকসাগৰত পেলাই আজি পুৱতিনিশা অনন্তধামলৈ গতি কৰিলে সুকণ্ঠী গায়িকা, শিল্পী, শিক্ষাবিদ লক্ষহীৰা দাসে। গুৱাহাটীৰ নিজা বাসভৱনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কণ্ঠশিল্পীগৰাকীৰে পৰলোকগমন কৰে। মৃত্যুৰ সময়ত কণ্ঠশিল্পীগৰাকী বয়স হৈছিল ৯৪ বছৰ। অসমীয়া সংগীত জগতত এগৰাকী অম্লান সত্তা আছিল ড°…
Read More...