অনলাইন শিক্ষাৰ সংকট আৰু ভৱিষ্যৎ
অনলাইন শিক্ষা ল’বলৈ ছাত্রই গছৰ ওপৰত উঠিছে অথবা পাহাৰ বগাইছে– এই মন্তব্য কৰি ওড়িশাৰ শিক্ষামন্ত্রীগৰাকী বাতৰিৰ শিৰোনামলৈ আহিছিল৷ ক’ভিড মহামাৰীয়ে সমগ্র পৃথিৱীতে পেলোৱা পৰিৱর্তনৰ অংশ হিচাপে শিক্ষা ব্যৱস্থাতো যি অনলাইন ব্যৱস্থাৰ প্রৱর্তন কৰা হৈছিল, তাৰ এটা উদাহৰণ দিবলৈ যাওঁতে নেটৱর্কৰ অভাৱৰ কথা প্রসংগত মন্ত্রীগৰাকীয়ে দিয়া উদাহৰণটোৱে সামগ্রিকভাৱে…
Read More...