সত্র–নামঘৰৰ ভৱিষ্যৎ
অসম মাথোঁ এটা ধর্মীয় বিশ্বাস, পৰম্পৰা অথবা আস্থাক অনুসৰণ কৰা লোকৰ বসতি নহয়৷ ৰাজ্যখন হিন্দুু, মুছলমান, বৌদ্ধ, খ্রীষ্টান, জৈন সকলো ধর্মৰে লোকৰ বসতিস্থল৷ হিন্দুুৰ মাজতো আছে কেইবাটা শাখা৷ কোনোৱে মূর্তি পূজা কৰে৷ কোনোটো শাখা ইয়াৰ সম্পূর্ণ বিপৰীত৷ তদুপৰি জনজাতীয় সমাজতো নিজা নিজা বিশ্বাস আৰু আস্থাৰ পৰম্পৰা আছে৷ সংবিধানে সকলোকে ধর্ম অনুসৰণৰ সমান অধিকাৰ…
Read More...