ৰাজনৈতিক নেতা বিষয়া আৰু নাগৰিক
সাধাৰণ নাগৰিকে খবৰ ৰখা বা ওচৰৰ পৰা চাব আৰু লগ পাব বিচৰা ৰাজনৈতিক নেতাসকল সাধাৰণতে হয় শাসক দলৰ৷ যিসকল নাগৰিকে দলীয় ৰাজনীতিৰ লগত সম্বন্ধ ৰাখে, তেওঁলোকৰ প্রয়োজন হয় পৃথক কিন্তু সাধাৰণ নাগৰিকে ৰাজ্যৰ প্রশাসন আৰু অন্য বিষয়ৰ প্রয়োজনত ৰাজনৈতিক নেতাক লগ পাবলগীয়া হয় আৰু বহু ক্ষেত্রত প্রশাসনৰ লগত জডিত সমস্যা সমাধানৰ বাবে বিভিন্ন স্তৰৰ ৰাজনৈতিক নেতাৰ ওচৰ…
Read More...