মাদ্রাছাক লৈ এলাহাবাদ হাইক’ৰ্টৰ প্রশ্ন
অসমত চৰকাৰী সাহায্যপ্রাপ্ত মাদ্রাছা বন্ধ কৰি শিক্ষানুষ্ঠানসমূহ ৰাজ্যখনত থকা সাধাৰণ বিদ্যালয়ৰ শ্রেণীলৈ লৈ যোৱাটোক আজিও এটা ৰাজনৈতিক সিদ্ধান্ত বুলি সমালোচনা কৰা লোকৰ সংখ্যা এইখন ৰাজ্যত কম নহ’ব৷ ছাত্র–ছাত্রীক আধুনিক শিক্ষাৰে সমৃদ্ধিশালী কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তটোৰ সৈতে কেতবোৰ আন গুৰুত্বপূর্ণ প্রশ্ণও জডিত আছিল৷ বিশেষকৈ ধর্মীয় শিক্ষানুষ্ঠানৰ নামত…
Read More...