সম্পাদকীয় : জ্যোতি বন্দনা
অসমীয়া মানুহে এচাম গুণী অসমীয়াক পাহৰি যোৱা বুলি সংবাদ মাধ্যমত মাজে সময়ে প্রবন্ধ লিখি দুই–এক সচেতন ব্যক্তিয়ে মানুহজনক ৰাইজৰ মনলৈ লৈ অহাৰ চেষ্টা কৰে৷ এই কথাটো এটা জাতিৰবাবে ভাল কথা৷ লগতে প্রবন্ধ লিখা মানুহজনৰো এটা ভাবমূর্তি নির্মাণৰ ভেটি স্থাপন হয়, এয়াও এটা গুৰুত্বপূর্ণ কথা৷ এচাম গুণী মানুহৰ অৱদানক স্মৰণ কৰি, তেওঁৰ বিভিন্ন সৃষ্টিৰ চর্চা কৰি আৰু কিছু…
Read More...