নিচাৰ সাম্রাজ্য
ড্রাগ্ছ, নিচাযুক্ত সামগ্রীবোৰ অসমৰ বাবে মাত্র কেইটামান দশক পূর্বলৈকে আছিল নতুন শব্দ৷ অসমৰ মানুহে ড্রাগ্ছ বুলি ক’লে লেটিন আমেৰিকা আৰু আফ্রিকান দেশসমূহৰ অপৰাধী চক্রবোৰৰ কথাহে জানিবলৈ সক্ষম হৈছিল৷ হেৰ’ইন, কোকেইন, মাৰিজুৱানা আদি ড্রাগ্ছবোৰক লৈ লেটিন আমেৰিকাত জন্ম লৈছিল অপৰাধী চক্রবোৰ৷ আনকি সামুদ্রিক জলদস্যুৰ গোটবোৰো ড্রাগ্ছৰ বেহাক লৈয়ে চলি আহিছে৷…
Read More...