আশাৰ বতৰা
মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রকোপত সমগ্র বিশ্বৰ লগতে ভাৰতৰো অর্থনীতিৰ ৰাজহাড় বেঁকা হৈ পৰিছে৷ উদ্যোগ, কৃষিকে ধৰি দেশৰ অর্থনীতিলৈ অৰিহণা আগবঢ়োৱা প্রতিটো খণ্ডতেই প্রভাৱ পৰিছে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধকল্পে বলৱৎ কৰা দীর্ঘদিনীয়া লকডাউনৰ৷ লকডাউনৰ সময়ছোৱাত এই খণ্ডসমূহত অচলাৱস্থাই বিৰাজ কৰাৰ সমান্তৰালভাৱে হাজাৰ হাজাৰজনে কর্মহীন হৈ পৰিছিল৷ অৱশ্যে…
Read More...