আছুত অন্তর্কন্দলৰ বহিঃপ্রকাশ
আভ্যন্তৰীণ কন্দলত কিদৰে সদৌ অসম ছাত্র সন্থা (আছু) জর্জৰিত হৈছে সেয়া ছাত্র সংগঠনটোৰ সদ্যসমাপ্ত দুলীয়াজান অধিৱেশনতে স্পষ্ট হৈছে৷ আছুত নেতৃত্বকেন্দ্রিক অন্তর্কন্দল নতুন কথা নহয়৷ ‘কা’বিৰোধী আন্দোলনৰ সময়ছোৱাৰ পূর্বে ছাত্র সংগঠনটোত এনে সংঘাতে ক্রিয়া কৰা দেখা গৈছিল৷ আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক…
Read More...