চৰকাৰ আৰু পুথিভঁৰাল
অসমৰ বিভিন্ন ক্ষেত্রৰ উন্নতিৰ বাবে চৰকাৰে যোৱা কেইবাদিনত ভালেমান আঁচনি ঘোষণা কৰিছে আৰু সন্দেহ নাই, সঠিকভাৱে ৰূপায়িত হ’লে সেই আঁচনিবোৰে দীর্ঘম্যাদী সফলতা কঢ়িয়াই আনিব৷ এই জনকল্যাণমূলক আঁচনিবোৰৰ কথা চিন্তা কৰি থাকোঁতে পঢ়া–শুনাৰ প্রতি আগ্রহ থকা কোনোবা বিষয়া বা মন্ত্রী–বিধায়কে অসমৰ পুথিভঁৰালবোৰৰ উন্নতিৰ কথাও চিন্তা কৰাটো উচিত আছিল যদিও তেনে চিন্তা কাৰো…
Read More...