কন্যাৰে ফটো ইনষ্টাগ্ৰামত পোষ্ট বিৰাট কোহলিৰ
বিশেষ বাৰ্তা, ৯ জানুৱাৰীঃ কিং বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মাক শেহতীয়াকৈ বৃন্দাবনত দেখা গ’ল। য’ৰ পৰা তেওঁৰ বহু ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। একে সময়তে বিৰাটে অনুৰাগীক এক ট্ৰিট দি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এখন নতুন ছবি, য’ত তেওঁক নিজৰ মৰমলগা কন্যা আৰু পত্নী অনুষ্কা শৰ্মাৰ সৈতে বিলৰ কাষেৰে খোজ কাঢ়ি যোৱা দেখা গৈছে। কোহলিয়ে…
Read More...