আইদেউ টকীজৰ নতুন চিনেমা ‘জেতুকা পাতৰ ৰং’ৰ শুভ মহুৰত
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ সত্তৰ-আশীৰ দশকতে কেইবাখনো জনপ্ৰিয় বোলছবিৰে অসমৰ ছবি জগতলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা দৰঙৰ সাংস্কৃতিক প্ৰেক্ষাপট পুনৰ উজ্জীৱিত হ'ব আন এখন পূৰ্ণদৈৰ্ঘৰ অসমীয়া ছবিৰে। ভ্ৰাম্যমাণ চিনেমাগৃহ ব্যৱস্থাৰে অসমীয়া বোলছবিক জনপ্ৰিয় কৰণত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা 'আইদেউ টকীজ, অসম'ৰ প্ৰযোজনাত নাট্যকাৰ, পৰিচালক, অভিনেতা,…
Read More...