চিনেমাৰ চুম্বনৰ বাবে পত্নীৰ পিটন খাইছিল ইমৰান হাছমিয়ে
নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চঃ ইমৰান হাছমী। বলীউডৰ অতি জনপ্ৰিয় চেলিব্ৰিটী ৰূপে পৰিচিত নহ'লেও তেওঁৰ আছে এক সুকীয়া পৰিচয়। অতি ৰোমাণ্টিক দৃশ্যাংশৰ বাবে তেওঁ সদায়ে সকলোৰে ওপৰত।
কালি এইগৰাকী অভিনেতাৰ আছিল জন্মদিন। ১৯৭৯ চনত জন্ম লভা অভিনেতাগৰাকীয়ে ৪২ বৰ্ষত ভৰি থ'লে। ২০০৪ চনত মুক্তি পোৱা 'মাৰ্ডাৰ' ছবিয়ে তেওঁক বিখ্যাত কৰি তোলে চেলিব্ৰেটীৰ জগতখনত। ইয়াৰ পিছত…
Read More...