পুনর্বাসন কেন্দ্রত অভিনেত্রী জয়শ্রী ৰামায়াৰ মৃতদেহ উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ কানাড়া ছবি জগতৰ জনপ্রিয় অভিনেত্রী জয়শ্রী ৰামায়াৰ মৃতদেহ বাংগালুৰুস্থিত এটা পুৰণি পুনৰসংস্থাপন বা পুনর্বাস কেন্দ্রত উদ্ধাৰ হোৱা ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ জনপ্রিয় অভিনেত্রী গৰাকীৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷
উল্লেখনীয় যে এসময়ত কানাড়া বিগ বছ ছিজন–৩ৰ অংশগ্রহণকাৰীও আছিল অভিনেত্রী ৰামায়া৷ অভিনেত্রীগৰাকীৰ…
Read More...