ৰাজগড়ৰ নলাত উদ্ধাৰ কণমানি অবিনাশৰ মৃতদেহ
🔹 অভিশপ্ত ৪ জুলাইৰ মর্মান্তিক-অসহনীয় দুর্ঘটনাৰ কৰুণ পৰিসমাপ্তি
🔹 পুত্ৰশোকত দগ্ধ হৰিলাল-তৃষ্ণা সৰকাৰে চিনাক্ত কৰিলে পুত্ৰৰ মৃতদেহ
বিশেষ বাৰ্তা, ৭ জুলাই : ৰাজ্য জোকাৰি যোৱা এক মর্মান্তিক-অসহনীয় দুর্ঘটনাৰ কৰুণ পৰিসমাপ্তি ঘটিল। অৱশেষত অভিশপ্ত ৪ জুলাইৰ নিশা ভয়ংকৰ বানত সন্ধানহীন হোৱা কণমানি অবিনাশ সৰকাৰৰ মৃতদেহ উদ্ধাৰ হ'ল। ৰাজগড়ৰ এটা নলাত দুৰ্ভগীয়া…
Read More...