ব্লু ষ্টাৰৰ নতুন ৰুম এচিৰ ১০০ৰো অধিক মডেল মুকলি
বিশেষ বাৰ্তা, ১৯ জুন : ব্লু ষ্টাৰ লিমিটেডে কালি ১০০ৰো অধিক সুলভ আৰু প্রিমিয়াম মডেলৰ ৰুম এচি মুকলি কৰিছে৷ সামগ্রিকভাৱে কোম্পানীয়ে ইনভার্টাৰ, ফিক্সড স্পীড আৰু উইণ্ড’ এচিৰ বর্ণালীত আৰু সকলো গ্রাহকলৈ লক্ষ্য কৰি ১০০ৰো অধিক মডেল মুকলি কৰিছে৷ অধিক ব্যৱহাৰযোগ্য, উপার্জন বৃদ্ধি পোৱা মধ্যবিত্তীয় গ্রাহকৰ অধিক প্রয়োজনীয় হৈ পৰাৰ বাবে বজাৰত ৰুম এচিৰ যথেষ্ট…
Read More...