মহানগৰীত ২৪ ঘণ্টাত দুটাকৈ মৃতদেহ উদ্ধাৰ
🔹 উজানবজাৰত অটোৰিক্সাত উদ্ধাৰ ড্রাগছ আসক্তৰ মৃতদেহ
🔹 বলাৎকাৰ কৰি কিন্নৰক হত্যা দুর্বৃত্তৰ : চানমাৰিত পৰিত্যক্ত নলাত বস্তাত থকা ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : গুৱাহাটী মহানগৰীত সঘনাই মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মহানগৰীত ২৪ ঘণ্টাত দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱাত তীব্র চাঞ্চল্য বিৰাজ কৰিছে৷ মহানগৰীৰ উজানবজাৰত…
Read More...