দুবছৰে সম্পূর্ণ নহ’ল অম্বিকাগিৰি নগৰৰ নলা নির্মাণ
নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ স্মার্ট চিটীৰ ৰূপ ল’বলৈ গৈ থকা গুৱাহাটী মহানগৰীৰ সামগ্রিক উন্নয়নৰ দায়িত্বত থকা জি এম ডি এ–জি এম চি কর্তৃপক্ষৰ হেমাহিৰ বাবে উন্নয়নমূলক কাম–কাজত বাধাৰ সৃষ্টি হৈছে৷ মহানগৰীৰ বিভিন্ন পথ–উপপথৰ জৰাজীর্ণ অৱস্থাই যাতায়াতৰ ক্ষেত্রত ৰাইজক জ্বলাকলা কৰি আহিছে৷ ইয়াৰ উপৰি কৃত্রিম বান ৰোধৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত চলি থকা নলা–নর্দমা…
Read More...