ইৰাণী গ্রুপৰ ৬ সদস্যক গুৱাহাটীত গ্রেপ্তাৰ কামৰূপ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ শুকুৰবাৰে কামৰূপ আৰক্ষীয়ে ইৰাণী গ্রুপৰ বৃহৎ ঘাটি উৎখাত কৰিবলৈ সক্ষম হৈছে৷ পলাশবাৰীত কালি সংঘটিত এক ধন লুটৰ ঘটনাৰ পিছতে কামৰূপ আৰক্ষীয়ে পেলোৱা জালত পৰে ইৰাণী গ্রুপৰ ছয় সদস্য৷ আজি আমিনগাঁৱৰ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ত আৰক্ষী অধীক্ষক হিতেশ চন্দ্র ৰায়ে এখন সংবাদ মেলত চিলনী চোৰৰ বিৰুদ্ধে চলোৱা অভিযান সন্দর্ভত সংবাদ…
Read More...