ৱাশ্বিংটনত প্ৰচণ্ড গৰমত গলিল আব্ৰাহাম লিংকনৰ মমৰ মূৰ্তি
বাৰ্তা ডেস্ক, ২৬ জুনঃ আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন চহৰখনৰ উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে ৱাশ্বিংটনত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ ছয় ফুট ওখ মমৰ মূৰ্তি গলি যায়। ৩৭ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছে উষ্ণতাই। গৰমে গৃহযুদ্ধৰ যুগৰ শৰণাৰ্থী শিবিৰ কেম্প বাৰ্কাৰৰ স্থানত থকা মমৰ গঠনটোক বিকৃত কৰি পেলায়, য’ত পূৰ্বে দাসত্বত ৰখা আৰু মুক্ত আফ্ৰিকান…
Read More...