তাপমাত্রাই ভংগ কৰিলে সর্বকালৰ অভিলেখ : ৰাজধানী দিল্লীত ৫২.৩ ডিগ্রী চেলছিয়াছ
🔹 বিহাৰত ৫০তকৈ অধিক শিক্ষার্থী সংজ্ঞাহীন
বিশেষ বাৰ্তা, ২৯ মে’ : ২০২৩ বর্ষ সর্বাধিক উষ্ণ বর্ষ হিচাপে অভিলেখ গঢ়াৰ পাছত ২০২৪ বর্ষটোত প্রতিদিনে তাপমাত্রা বৃদ্ধি হৈ আছে৷ বিজ্ঞানীসকলে তাপমাত্রা বৃদ্ধিৰ সকীয়নি দিয়াৰ পাছত ভাৰতত তাপমাত্রাই অভিলেখৰ উপৰি অভিলেখ গঢ়ি আছে৷ বিগত বর্ষৰ সকলো অভিলেখ ভংগ কৰি আজি তাপমাত্রাই গঢ়িলে সর্বকালৰ তাপমাত্রাৰ অভিলেখ৷ দেশৰ…
Read More...