অৰুণাচলক লৈ নতুন ব্লুপ্রিণ্ট চীন-পাকিস্তানৰ
নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : ভাৰত ভূমিত আগ্রাসনৰ নিত্য–নতুন কূটকৌশল অব্যাহত ৰাখিছে আগ্রাসী ৰঙা চীনে৷ বিশেষকৈ চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশক নিজৰ মানচিত্রত অন্তর্ভুক্ত কৰাৰ মানসিকতা ড্রেগনৰ দেশে এতিয়াও ত্যাগ কৰা নাই৷ এইবাৰ এইক্ষেত্রত বেইজিঙে সংগী কৰি লৈছে চিৰবৈৰী ৰাষ্ট্র পাকিস্তানক৷ নতুন পৰিকল্পনাৰ অংশ হিচাপে নেপালৰ ভূমিৰ পৰা অৰুণাচল প্রদেশলৈ দুয়োখন…
Read More...