ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সংগী ভাৰতীয় ৰেঞ্জ ৰভাৰ
বাৰ্তা ডিজিটেল ডেস্ক, ৩০ ডিচেম্বৰঃ যিকোনো দেশৰ প্ৰধানমন্ত্ৰীয়ে যাতায়াত কৰা গাড়ীখন সা-সুবিধাৰে ভৰপূৰ। সেই বাহনখনক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা যদি কওঁ, তেন্তে তেওঁ আমেৰিকান কোম্পানী মাৰ্চিডিজৰ মেইবাক এছ৬৫০ গাড়ীত ভ্ৰমণ কৰে। কিন্তু আপুনি জানেনে যে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকে চলাই থকা গাড়ীখন…
Read More...