মস্কোৰ বিৰুদ্ধে নিষেধাজ্ঞা : জাপান-দঃ কোৰিয়াক সকীয়নি ৰাছিয়াৰ
বাৰ্তা ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰঃ জাপান আৰু দক্ষিণ কোৰিয়ালৈ কঠোৰ বার্তা প্রেৰণ কৰিছে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷ জাপানে ইউক্রেইনক সহায় কৰিবলৈ আগবঢ়াৰ লগতে দক্ষিণ কোৰিয়াই ৰাছিয়াৰ বিৰুদ্ধে আৰোপ কৰা নিষেধাজ্ঞাৰ প্রতি ইতিবাচক দৃষ্টিভংগী প্রদর্শন কৰিছে৷ ইয়াক লৈ ক্ষুব্ধ ভ্লাডিমিৰ পুটিন৷ শেহতীয়াকৈ জাপানে ইউক্রেইনক পেট্রিয়ট এয়াৰ ডিফেন্স ছিষ্টেম দিয়াৰ…
Read More...