১২ মাহত চীনা সামগ্রী বর্জন ৪৫% ভাৰতীয়ৰ
🔹 ভাৰতত হ্রাস পাইছে চীনৰ উৎপাদিত বস্তু ক্রয়ৰ মানসিকতা
বিশেষ বাৰ্তা, ৯ ডিচেম্বৰ : চুবুৰীয়া ৰাষ্ট্র চীনৰ বিৰুদ্ধে কেন্দ্রীয় চৰকাৰৰ সবল নীতিৰ পৰিপ্রেক্ষিততে চীনাবিৰোধী মানসিকতা বৃদ্ধি পাইছে দেশত৷ কেন্দ্রীয় চৰকাৰে বে–আইনী বিনিয়োগ সম্পর্কীয় চীনৰ ১০০তকৈ অধিক ৱেবছাইট নিষিদ্ধ কৰাৰ সমান্তৰালকৈ দেশৰ নিৰাপত্তা, সংহতি আৰু প্রতিৰক্ষাৰ ক্ষেত্রত ভাবুকি কঢ়িয়াই…
Read More...